কৌণিক ভৰবেগ (Assamese) [ Roman: kou.nik bhor.beg]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-10-27
1. Classical Mechanics(Abstract Noun) the product of the moment of inertia of a body about an axis and its angular velocity with respect to the same axis. কোনো এক অক্ষ সাপেক্ষে বস্তু এটাৰ জড়-ভ্ৰামক আৰু সেই অক্ষ সাপেক্ষে কৌণিক বেগৰ গুণফল। জড় ভ্ৰামক অদিশ ৰাশি কিন্তু কৌণিক বেগ সদিশ ৰাশি। সেয়েহে কৌণিক ভৰবেগএটা সদিশ ৰাশি, ইয়াৰ দিশ কৌণিক বেগৰ দিশত, এই দিশ অক্ষৰ সমান্তৰাল আৰু সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়মেৰে ইয়াক নিৰ্ণয় কৰিব পাৰি।